প্ৰকৃতি

Image Description

ৰাষ্ট্ৰ সংঘৰ জলবায়ু পৰিৱৰ্তন মহাসভা: কিছু আলোচনা

প্ৰতি বছৰৰ দৰে এইবাৰো ২৭ সংখ্যক ৰাষ্ট্ৰ সংঘৰ জলবায়ু পৰিৱৰ্তন মহাসভা ( COP-27, Countries of Participating) অনুষ্ঠিত হৈছে। যোৱা বছৰত স্কটলেণ্ডৰ গ্লাছগ' চহৰত মহাসভাখন অনুষ্ঠিত হোৱাৰ বিপৰীতে এইবাৰ উক্ত সভা অনুষ্ঠিত হৈছে মৰুৰ দেশ ইজিপ্তৰ শাৰ্ম-আল্-শ্বেইখ্ চহৰত।

অধিক পঢ়ক
Image Description

অসমৰ নদ-নদী আৰু জলাশয়

অসম এখন নদীপ্ৰধান ৰাজ্য৷ ইয়াত ব্ৰহ্মপুত্ৰ আৰু বৰাক প্ৰমুখ্যে বহুতো সৰু-বৰ নদী, উপনৈ, জলাশয় আদি আছে৷

অধিক পঢ়ক

ড০ সৌৰভ সাহা

04th September, 2022
Image Description

ঝুম খেতি: পৰিৱৰ্তন আৰু প্ৰত্যাহ্বান

ঝুম খেতি বা স্থানান্তৰ কৃষি হৈছে উত্তৰ-পূব ভাৰত আৰু দক্ষিণ-পুব এছিয়াৰ পাহাৰীয়া মানুহৰ প্রধান জীৱিকা। এই কৃষিত খেতিয়কে খৰালি কালত হাবিৰ কিছু অংশ গছ-বন কাটি জুইৰে পুৰি মুকলি কৰে আৰু সেই ঠাইত ১-২ বছৰৰ বাবে খেতি কৰে। পিছলৈ মাটিৰ উৰ্বৰতা কমি আহিলে সেই মাটিডৰা ১০-১৫ বছৰৰ বাবে এৰি আন এডৰা মাটিত একেদৰে হাবি ভাঙি খেতি কৰে।

অধিক পঢ়ক
Image Description

‘আৰ্দ্ৰভূমি’– প্ৰকৃতিৰ বৃক্ক

বৰ্তমান সময়ত বিশ্বৰ সকলো ঠাইতে প্ৰকৃতি তথা পৰিৱেশ সম্পৰ্কে সচেতনতা গঢ়ি উঠা দেখা গৈছে, যাৰ ফলত পূৰ্বতে আলোচনা নোহোৱা বহুতো বিষয়ে পাঠ্যক্ৰমতো স্থান পাইছে৷ প্ৰকৃতি হৈছে এক অকৃত্ৰিম বা মৌলিক অৱস্থা যি জীৱকুলৰ সৈতে আন্তঃসম্পৰ্কিত আৰু আন্তঃনিৰ্ভৰশীল৷

অধিক পঢ়ক
Image Description

নদীৰ কূল নাই, কিনাৰ নাই...

নৈ এখনৰ দৃষ্টিৰে চালে প্ৰকৃতিত ’বানপানী’ বুলি কোনো বস্তু নাই — এই মন্তব্য নৃতত্ত্ববিদ, ৰাজনীতি বিজ্ঞানী জেইম্‌ছ্‌ চি. স্কটৰ। কথাষাৰ তেওঁ কৈছে ২০২০ চনৰ 'In Praise of Floods' শীৰ্ষক এক বক্তৃতাত।

অধিক পঢ়ক
Image Description

চন্দ্ৰৰ মাটিত গজালি ওলাল!

১৯৬৯ আৰু ১৯৭২ চনতে আমেৰিকাৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান নাছাই চন্দ্ৰৰ পৰা অলপ মাটি সংগ্ৰহ কৰিছিল৷ তেনে মাটিত এতিয়া বীজৰ পৰা গজালি উলিয়াবলৈ এচাম বিজ্ঞানী সফল হৈছে৷

অধিক পঢ়ক

সৌৰভ সাহা

08th May, 2022
Image Description

জলবায়ু সংকট: ৰাষ্ট্ৰসংঘৰ 'ৰেড এলাৰ্ট'

জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ এতিয়া গোটেই বিশ্বতে অতি স্পষ্ট। আবতৰীয়া ধুমুহা-বৰষুণ, অতিবৃষ্টি, অনাবৃষ্টি, তাপ-প্ৰবাহ, বানপানী, ছুনামি, ছাইক্ল'ন বনজুই, জল-সংকট—জলবায়ুৰ এনে চৰম ৰূপ এতিয়া সকলো ঠাইতে।

অধিক পঢ়ক
Image Description

অসমৰ ‘পাম অইল’ খেতি আৰু ইয়াৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ

পাম অইল খেতি কিছুদিনৰ পৰা এক চৰ্চাৰ বিষয় হৈ পৰিছে৷ পাম অইল খেতিৰ বিভিন্ন দিশ আলোচনা কৰাৰ আগতে ইয়াৰ বৈজ্ঞানিক দিশ কিছু আলোচনা কৰা যাওক৷ পাম অইল খেতিক ইয়াক চমুকৈ পাম খেতি বুলি ইয়াত উল্লেখ কৰিছোঁ৷

অধিক পঢ়ক
Image Description

মহাকাশত শক্তিশালী ৰঙীন দূৰবীণ

আঁতৰত থকা বস্তু এটা অতি ওচৰতে দেখিব পৰাকৈ সঁজোৱা সঁজুলি বিধেই হ’ল দূৰবীণ। দূৰবীণৰ সহায়ত বহু কৌটি বছৰ আগতে নক্ষত্ৰ বা নক্ষত্ৰমণ্ডলৰ অহা আৰু বৰ্তমানেও বিস্তাৰিত হৈ থকা নানান দৈৰ্ঘ্যৰ পোহৰ -তৰংগ নিৰীক্ষণ কৰা হয়।

অধিক পঢ়ক

সৌৰভ সাহা

16th January, 2022
Image Description

হেৰাই যাবলৈ ধৰা শস্যবোৰ
ধানবোৰ কেনি গ'ল

সেউজ বিপ্লৱৰ আগলৈকে ভাৰতৰ খেতিয়েক লাখ লাখ প্ৰজাতিৰ শস্যৰ খেতি কৰি তাৰ বীজ সংৰক্ষণ কৰি আহিছিল। হাজাৰ হাজাৰ বছৰ ধৰি গজাই অহা এই শস্যবোৰৰ প্ৰাকৃতিক, ভৌগলিক, সামাজিক, সাংস্কৃতিক মূল্য আছিল অপৰিসীম।

অধিক পঢ়ক
Image Description

পৃথিৱীৰ সৰ্ববৃহৎ নদী-দ্বীপ মাজুলী?

মাজুলী বুলিলেই সততে আমাৰ মনলৈ আহে ল’ৰালিৰ 'কত কিয় বিখ্যাত'ৰূপে খ্যাত ভূগোলৰ প্ৰশ্নটো। পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপৰ নাম মাজুলী বুলি ক'লে বোধহয় আমাৰ জীৱনকালতেই উত্তৰটো ভুল হৈ যাব পাৰে।

অধিক পঢ়ক
Image Description

ডিগবৈ মহাবিদ্যালয়ৰ জৈৱ-বৈচিত্ৰ্য

ডিগবৈৰ নান্দনিক প্ৰাকৃতিক পটভূমিত অৱস্থিত ডিগবৈ মহাবিদ্যালয়৷ সম্প্ৰতি এখন উচ্চখাপৰ শৈক্ষিক প্ৰতিষ্ঠান হিচাপে ডিগবৈ মহাবিদ্যালয়ে বিদ্বৎমহলৰ সমাদৰ লাভ কৰিছে৷ অসমৰ এগৰাকী ধীমান সাহিত্যিক, কথাশিল্পী তথা অধ্যাপক পণ্ডিত ডক্টৰ নগেন শইকীয়া ছাৰে মহাবিদ্যালয়ৰ শৈক্ষিক আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰশংসা কৰিছে৷

অধিক পঢ়ক
Image Description

অসম আটাইতকৈ জলবায়ু বিপন্ন ৰাজ্য?

জলবায়ু পৰিৱৰ্তনৰ ফলত হ'ব পৰা কুপ্ৰভাৱৰ আশংকা দিন যোৱাৰ লগে লগে বাস্তৱ হ'বলৈ ধৰিছে। শক্তি,পৰিৱেশ আৰু জল পৰিষদৰ ( Council on Energy, Environment and Water, CEEW) দ্বাৰা সদ্যপ্ৰকাশিত এক অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে যে অসম এতিয়া দেশৰ ভিতৰতে আটাইতকৈ বিপদসংকুল ৰাজ্য।

অধিক পঢ়ক..
Image Description

সাগৰৰ প্ৰদূষণ

‘নদী-নলা সাগৰেই গতি’ আক্ষৰিক অৰ্থতেই পৃথিৱীৰ সকলো পেলনীয়া বস্তুৰ সাগৰেই গতি৷ সকলো প্ৰদূষিত সামগ্ৰীৰ শেষ আশ্ৰয় সাগৰ৷ আমি ব্যৱহাৰ কৰা ঔদ্যোগিক, কৃষিজাত আৰু আন সকলো প্ৰদূষিত সামগ্ৰী নলা, নৰ্দমা, নদী আদিৰ সহায়ত শেষত সাগৰত পৰেগৈ৷

অধিক পঢ়ক..
Image Description

সুস্বাস্থ্যৰ বাবে বনশাকেই একমাত্ৰ বিকল্প

বিজ্ঞানে প্ৰমাণ কৰিছে যে আমাৰ নিত্য ব্যৱহৃত খাদ্যত উল্লেখনীয়ভাৱে সূক্ষ্ম পুষ্টিকৰ দ্ৰব্যৰ অভাৱ ঘটিব ধৰিছে৷ আমাৰ শাৰীৰিক আৰু মানসিক সুস্থতা, সবল পাচন তন্ত্ৰ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাৰণে আমাক প্ৰায় ৪০ বিধমান ভিটামিন আৰু খনিজ পদাৰ্থৰ আৱশ্যক হয়৷ বিশেষকৈ লো, আয়’ডিন আৰু ভিটামিন এ - এই তিনিবিধ সূক্ষ্ম পোষক দ্ৰব্যৰ অভাৱে মানুহক শাৰীৰিক আৰু মানসিকভাৱে অতি দুৰ্বল কৰি পেলায়৷...

অধিক পঢ়ক..
Image Description

গ্ৰেটা থুনবাৰ্গৰ বিক্ৰম আৰু সাধুকথা

গ্ৰেটা থুনবাৰ্গে আঠ বছৰ বয়সত ক’ৰবাত শুনিলে যে আমাৰ পৃথিৱীখন লাহে লাহে গৰম হৈ আহিছে৷ ভালকৈ বুজি পাবলৈ ছোৱালীজনীয়ে অলপ পঢ়া-শুনা কৰিলে৷ যিমানে বুজি পালে সিমানে তাইৰ হতাশা আহিল৷ এঘাৰ বছৰ বয়সৰ পৰা তাই এক ধৰণৰ হতাশাজনিত ৰোগত ভুগিবলৈ ধৰিলে৷ তাইৰ ৰোগ ধৰা পৰাৰ দুমাহৰ ভিতৰত দুমাহত দহ কেজি ওজন কমিল৷ চিকিৎসা আৰম্ভ হ’ল যদিও কামত নাহিল৷ থুনবাৰ্গে কমকৈ কথা কোৱা হ’ল, মানুহৰ লগত সংযোগ কমাই দিলে আৰু খোৱা-বোৱা একেবাৰে সীমাবদ্ধ কৰিলে৷...

অধিক পঢ়ক..
Image Description

উত্তৰ-পূৰ্বাঞ্চলত কম বৰষুণে অসমত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছে

'গ্ৰীষ্মকালৰ অন্তত বৰ্ষাকাল আৰম্ভ হয়। বৰ্ষাকালত আকাশত সূৰ্য্যৰ ৰশ্মি বিচিত্ৰ ৰূপত প্ৰকাশিত হয় । তীৰবেগী বতাহৰ প্ৰবল শব্দত কাৰো মাত-বোল নুশুনা হয় । সমগ্ৰ আকাশখনি মেঘেৰে ঢাক খাই থাকে । মেঘে মেঘে হোৱা সংঘৰ্ষত উৎপন্ন হোৱা বিজুলীয়ে সকলোৰে চকু ছাট মাৰি ধৰে । চন্দ্ৰ , সূৰ্য্য, নক্ষত্ৰৰাজি আকাশত হেৰাই যায় । বছৰৰ আঠ মাহ সময়ত সূৰ্য্যৰ তাপে আহৰণ কৰা জলীয় ভাপখিনি বাৰিষাকালতেই সূৰ্য্যই এৰি দিয়ে । মুখলধাৰে হোৱা বৰষুণৰ পানীয়ে পৃথিৱী ধুৱাই নিয়ে , খলা-বমা একাকাৰ কৰি তোলে ।' শুকমুনিয়ে পৰীক্ষিত ৰজাক জীৱন সম্পৰ্কে বুজাবলৈ গৈ বাৰিষা ঋতুৰ বৰ্ণনা কাব্যিক ৰূপত আগবঢ়াইছিল। গদ্যৰ ৰূপত ওপৰত দিয়া হ'ল।

অধিক পঢ়ক..

মানস কটকী

22nd August, 2021
Image Description

বিহপুৰীয়া অঞ্চলৰ সাপ

সাপ বিস্ময়, কৌতুহল,ৰহস্যই যেন আবৰি আছে এই সাপ শব্দটোত৷ কেতিয়াৰ পৰা নাজানো, কিন্তু জনা-বুজা হোৱাৰ পৰা এই সাপ নামৰ জীৱবিধৰ ওপৰত এক আকৰ্ষণ অনুভৱ কৰিছিলোঁ৷ আৰু সেই আকৰ্ষণৰ ফলত ইয়াক অধিক জনাৰ চেষ্টা কৰিছিলোঁ৷ বৰ্তমান সময়লৈকে মই ৬ বছৰ সাপ উদ্ধাৰকাৰী হিচাবে লক্ষীমপুৰ জিলাৰ বিহপুৰীয়া অঞ্চলত কাম কৰি আহিছোঁ৷ আৰু ৬ বছৰত প্ৰায় ৪০০০ সাপ উদ্ধাৰ কৰিছোঁ৷...

অধিক পঢ়ক..
Image Description

বিহপুৰীয়া আৰু ইয়াৰ চৌপাশৰ আকৰ্ষণীয় চৰাইবোৰ

অসম এখন জৈৱ বৈচিত্ৰ্যতাৰে পৰিপূৰ্ণ ৰাজ্য৷ চৰাইৰ কথা যদি কোৱা হয়, ইয়াত প্ৰায় ৮০০ বিধ মান চৰাই- চিৰিকতি পোৱা যায়৷ চৰাই অনুযায়ী ইয়াৰ অৱস্থানৰ ভিন্নতা দেখা যায়৷ যিহেতু অসমত হাবিৰ পৰা আৰম্ভ কৰি, আৰ্দ্ৰভূমি [wet land], নদ-নদী তথা জান-জুৰি, পাহাৰ, ঘাঁহনি আদি সকলো আছে সেয়ে ইয়াত বাসস্থান অনুযায়ী আমি চৰাইৰ প্ৰজাতিৰ ভিন্নতা নিৰীক্ষণ কৰিব পাৰোঁ৷...

অধিক পঢ়ক..