প্ৰাঞ্জল বৰুৱা
আশোকা ফেল'
7th May, 2023

অভিযোজনীয় কৃষি-অৰ্থনৈতিক অনুশীলন: মাশ্বৰুম উৎপাদন
ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক গাখীৰ আৰু মাংস উৎপাদনকাৰী দেশ আৰু কৃষি আৱৰ্জনা উৎপাদনৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে।
অধিক পঢ়কভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক গাখীৰ আৰু মাংস উৎপাদনকাৰী দেশ আৰু কৃষি আৱৰ্জনা উৎপাদনৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে।
অধিক পঢ়কদেশৰ ১৩০ কোটি জনতাৰ এটি আকাংক্ষা এঘন্টাৰো কম সময়ৰ ভিতৰতে, সঠিককৈ ক’বলৈ গ’লে ৫৮ মিনিটতে পূৰণ হ’ল। প্ৰসংগ হ’ল কেন্দ্ৰীয় বাজেট ২০২৩ ৷
অধিক পঢ়ককামৰূপ(মহানগৰ) জিলাৰ নিকটৱৰ্তী অঞ্চল ডিমৰীয়া। মহানগৰৰ নিকটৱৰ্তী হ'লেও অঞ্চলটো তেনেই পিছ পৰা। ডিমৰীয়াৰ টোপাতলীৰ বৰ্তমানৰ বাসিন্দা ভাৰতী টুমুং।
অধিক পঢ়কমাছৰ প্ৰতি মানুহৰ আগ্ৰহ অতীজৰে পৰা আছে৷ কেৱল খাদ্য হিচাপে নহয়, একুৰিয়ামত মাছ পোহাটো পৌৰাণিক প্ৰথা৷
অধিক পঢ়ক(৩, শেষাংশ)
২০১১ চনৰ লোকপিয়লৰ তথ্যমতে শুৱালকুছিৰ তিনিখন পঞ্চায়তৰ অন্তৰ্ভুক্ত মুঠ জনসংখ্যা মাত্ৰ ২৭১১০ গৰাকী৷ এই জনসংখ্যাৰ এক বুজন অংশ [প্ৰায় ৯০ শতাংশ] বস্ত্ৰ উদ্যোগৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত ৷ তালিকাত বস্ত্ৰ উদ্যোগটোৰ লগত বিভিন্ন ধৰণে জড়িত হৈ থকা লোকৰ সংখ্যা দেখুওৱা হৈছে [অৱশ্যে এই তালিকাত বিক্ৰী ব্যৱস্থাৰ লগত জড়িত লোকক ধৰা হোৱা নাই]।
(২)
এইখিনিতে মন কৰিবলগীয়া কথাটো হ’ল আহোম যুগৰ পৰৱৰ্তী কালত শুৱালকুছিত তাঁতশিপিনীৰ উত্থানৰ লগতে বৃহৎ নাওঁৰ যোগেদি কৰা ব্যৱসায়েও মাত্ৰা লাভ কৰে৷
(১)
‘এক গাওঁ এক শিল্প’ৰ অনন্য উদাহৰণ শুৱালকুছি৷
বশিষ্ঠৰ শান্তি সাধনা আশ্ৰমত কাঠফুলা খেতিৰ প্ৰশিক্ষণ লৈ ঘৰতে উৎপাদন কৰি বিক্ৰীৰ ব্যৱস্থাৰে নিজৰ পঢ়াৰ খৰচ নিজেই উলিয়াব বিচাৰিছিল কণমানি মালামণি হাজৰিকাই।
অধিক পঢ়কজহাধান, বৰাধান, কোমল ধান, চৰিয়া শালি, মাগুৰি ধান, ৰঞ্জিত ধান, তৰা বাওধান, জলাধান, জিৰা জহা, ভকত শালি, চকোৱা, বাও ইত্যাদি বহুতো৷ এয়া অসমত পোৱা মাত্ৰ কেইবিধমান ধানৰ উদাহৰণ৷
অধিক পঢ়কএই.……চা…ই!
চাই……গৰম….!
পুৱা ৪/৪-৩০ বজাৰ পৰাই ৰেলৰ দবাত ইজনৰ পিছত সিজন চাহ বিক্ৰেতাৰ অহা-যোৱা। কেৱল ৰেলৰ দবাতেইতো নহয়, আজিকালি মহানগৰীৰ বাটে-ঘাটে , অফিছ-কাছাৰী সকলোতে পিঠিত চাহৰ পাত্ৰ লৈ চাহ বিক্ৰী কৰা দেখা যায়।
অসমৰ পৰ্য্যটনৰ ওপৰত ভিত্তি কৰি বহুতো ন-পুৰণি উদ্যোগ গঢ়ি তুলিব পাৰি৷ কিয়নো অসমত প্ৰকৃতিয়ে অকৃপণভাৱে হিয়া উজাৰি এনেভাৱে দান কৰিছে যে ইয়াত আছে গভীৰ অৰণ্যভূমি, য’ত শাল, চেগুন, হোলোং, সোণাৰু, পমা, শিশু, উৰিয়াম আদিৰ বাহিৰেও আছে বহু দুষ্প্ৰাপ্য প্ৰজাতিৰ, উদ্ভিদ, ঔষধি গছ-লতা, ফল-ফুল আদি, ব্ৰহ্মপুত্ৰৰ দৰে বিশাল নদী, দিখৌ-দিচাঙৰ দৰে কুল-কুলু সুৰে হৈ থকা বিভিন্ন পাহাৰীয়া নদী-উপনদী, জীয়া ভৰলীৰ দৰে সৰু-সৰু অনেক খৰস্ৰোতা নদী, জান-জুৰি, দীপৰ বিলৰ দৰে বৃহৎ বিল, শিৱসাগৰ, জয়সাগৰৰ দৰে বৃহৎ বৃহৎ পুখুৰী, বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু, বিশেষকৈ কাজিৰঙা, মানাহ, ওৰাং আদিৰ দৰে অভয়াৰণ্যত থকা পৃথিৱী বিখ্যাত এশিঙিয়া গঁড়, সোণালী বান্দৰ, নল গাহৰি, দল হৰিণা, জহামল, সোণালী মেকুৰী, নাহৰফুটুকী, গোধা ফুটুকী, লতা মাকৰি বাঘ, টুপীমুৰীয়া হনুমান আদি, বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটি [বিশেষভাৱে উল্লেখনীয় চৰাই– ধনেশ পক্ষী, হাড়গিলা, উলূমৰা, দেওহাঁহ আদি], চিৰসেউজ পাহাৰ আৰু সমতল ভূমি, সেউজীয়া চাহ বাগিচাৰ লানি, জাতিংগাৰ দৰে পৰিভ্ৰমী চৰায়ে আত্মহত্যা কৰা বিৰল দৃশ্য, মাজুলীৰ দৰে পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপ, আহোম, কোচ-কছাৰী আদি ৰজাসকলৰ অনেক কীৰ্তিচিহ্ন, এশ বছৰীয়া প্ৰাচীন তৈল-পথাৰ, কামাখ্যা-বশিষ্টৰ দৰে মঠ-মন্দিৰ, হাজোৰ পোৱা মক্কা, শুৱালকুছিৰ তাঁত শিল্প, উজনিৰ সোণালী সূতাৰ মুগা শিল্প আৰু ক’ত যে, এই ধৰণৰ কথাবোৰ লিখি থাকিলে অন্তই নপৰে৷
অধিক পঢ়কআধুনিক মৎস্যপালনৰ বাবে বায়’ফ্ল’ক প্ৰযুক্তি এক উৎকৃষ্ট মাধ্যম।
অধিক পঢ়কমুকুতা বা মুক্তা (pearl) এবিধ প্ৰাকৃতিক ৰত্ন বুলি গণ্য কৰা হয়।ইয়াক মোলাস্ক প্ৰজাতিৰ এবিধ শামুকৰ দ্বাৰা উৎপন্ন কৰা হয় । মুক্তা হৈছে আমাৰ বাবে উপলব্ধ আটাইতকৈ ধুনীয়া ৰত্ন । ইয়াৰ আশ্চৰ্য্যকৰ নান্দনিক সৌন্দৰ্য্যৰ বাবেই বিশ্বজুৰি জনপ্ৰিয় । এই মুক্তাবোৰ বজাৰত ভাল দামত বিক্ৰী কৰা হয়।
অধিক পঢ়ককিছুদিনৰ আগতে ’থলগিৰি’লৈ শ্বিন আহিছিল৷ দক্ষিণ কোৰিয়াৰ যুৱক শ্বিনে যোৱা প্ৰায় ১৮ বছৰ ধৰি গুৰগাঁৱত ’কিম-শ্বিন ফাইন ফুড’ নামৰ ক'ম্পেনী এটা গঠন কৰি কোৰিয়ান খাদ্যৰ ব্যৱসায় চলাই আছে৷ অনুজ বন্ধু গৌতমে বহুদিনৰ পৰা মোক শ্বিনৰ কথা কৈ আছিল৷ সিদিনা তেৱেঁই শ্বিনক ’থলগিৰি’লৈ লৈ আনিছিল৷
অধিক পঢ়কগতানুগতকিতাৰ পৰিধি এৰি নতুন কৃষিকৰ্মৰ উদ্যোগ কৃষকৰ জীৱিকা নিৰ্বাহৰ বাবে ধান খেতিয়েই একমাত্ৰ উপায় নহয়৷
অধিক পঢ়কপৰিবেশৰ অপূৰণীয় ক্ষতি কৰাৰ পাছত এতিয়া সকলোতে সেউজ ইন্ধন, সেউজ অৰ্থনীতি লৈ আগ্ৰহৰ ধূস উঠিছে৷ উদাহৰণ স্বৰূপে আমাৰ দেশত ৭৫ শতাংশ বিদ্যুৎ শক্তি কয়লা দহনৰ জৰিয়তে উৎপাদিত হয়৷ পৰিণামত বছৰি লাখ লাখ টন এঙাৰ গেছ বায়ুমণ্ডলত সংযোজিত হৈ বায়ুমণ্ডত উত্তপ্ত কৰি তুলিছে৷
অধিক পঢ়ক২০১১ চনৰ কথা৷ অসমৰ অন্যতম এক ব্যক্তিগত প্ৰচেষ্টাত গঢ়ি উঠা পুথিভঁৰাল ‘নন্দ তালুকদাৰ ফাউনণ্ডেচন'ত মোৰ অংশগ্ৰহণৰ সময়৷ অতিৰিক্ত অধ্যয়নৰ অভ্যাস সৰুৰে পৰা নাছিল যদিও কিতাপৰ লগতেই ক্ৰমাগতভাৱে জড়িত হৈ পৰিলোঁ৷ ফাউনণ্ডেচনৰ লগত জড়িত হোৱাৰ সুযোগত অসমৰ বহুকেইজন গুণী'জ্ঞানী ব্যক্তিৰ সান্নিধ্য লাভ কৰিলোঁ । এই সান্নিধ্যই নিজৰ লগতে আন দহজনৰ বাবে কিবা এটা কৰাৰ ইচ্ছাক নিজৰ মন -মগজুত জাগৃত কৰিলে।
অধিক পঢ়কউদ্যোগৰ বিকাশ আৰু চাকৰিৰ ক্ষেত্ৰখন আমাৰ ইয়াত যিহেতু অতি সীমিত, সেয়েহে কৃষি, উদ্যোগ, ব্যৱসায়, বাণিজ্যৰ উন্নতি অবিহনে, অৰ্থাৎ এইবোৰৰ ওপৰত ভিত্তি কৰি সময় থাকোঁতেই নিজাকৈ কিবা এটা কৰি সংস্থাপন হোৱা আৰু লগতে আন দহজনকো সংস্থাপন দিয়া তথা ৰাজ্যখনৰ অৰ্থনৈতিক উন্নতিত কিছু অৰিহণা দিয়াৰ সময় আহি পৰিছে৷
অধিক পঢ়কৰাজহুৱা খণ্ডৰ বেংকসমূহক ব্যক্তিগতকৰণৰ কাৰণে চৰকাৰ ইমান উত্ৰাৱল কিয়? ব্যক্তিগত খণ্ডৰ বেংক ৰাষ্ট্ৰীয়কৃত বেংকতকৈ 'ভাল' বুলি খৰধৰ লগাইছে নেকি ? ১৯৬৯ চনৰ আগতে আমাৰ দেশৰ আটাইবিলাক বেংক আছিল ব্যক্তি মালিকানাধীন।
অধিক পঢ়ক..দেশৰ বৰ্তমান চৰকাৰে ৰাজহুৱা খণ্ডৰ আটাইবিলাক উদ্যোগকে ব্যক্তিগতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । তাক অতি দ্ৰুততাৰে ৰূপায়ণ কৰিবলৈ ধৰিছে। এই নীতিৰে অঙ্গ হিচাপে চৰকাৰে ৰাজহুৱা খণ্ডৰ বীমা (সাধাৰণ বীমা) ক'ম্পেনী আৰু বেংকসমূহকো ব্যক্তিগত মালিকৰ ওচৰত বিক্ৰী কৰিবলৈ আগবাঢ়িছে।...
অধিক পঢ়ক..অৰ্থনৈতিক বিকাশ এখন দেশ, ৰাজ্য বা সমাজৰ সুখ, সমৃদ্ধি, মৰ্য্যাদা, প্ৰভাৱ আদিৰ মাপকাঠি আৰু মেৰুদণ্ড৷ ভাত-কাপোৰৰ বাবে সংগ্ৰাম কৰিব লগা দৰিদ্ৰতা, অনগ্ৰসৰতা আদিয়ে জুৰুলা কৰা সমাজ আনৰ পুতৌৰ পাত্ৰ৷ বহুতৰে ধাৰণা আৰু একাংশ অৰ্থনীতিবিদৰ মতে অৰ্থনৈতিক বিকাশৰ বাবে সাৰুৱা খেতি মাটি, চৰণীয়া পথাৰ দখল কৰি বিল, জলাশয়,অৰণ্য আদি ধবংস কৰি বৃহৎ কল-কাৰখানা স্থাপন কৰিব লাগে৷ নগাঁও,কাছাৰৰ কাগজ কলকে ধৰি বহু বৃহৎ উদ্যোগৰ কি দশা সেয়া সকলোৱে দেখিলে৷...
অধিক পঢ়ক..ভাৰতৰ উত্তৰ-পূব অঞ্চলক প্ৰকৃতিয়ে বিশেষভাৱে অলংকৃত কৰি আহিছে৷ সকলো প্ৰাকৃতিক সম্পদৰ ভিতৰত বাঁহ এবিধ বিশেষ প্ৰাকৃতিক সম্পদ। বৰ্তমান সময়ত ইয়াৰ গুৰুত্বই বাঁহক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে৷...
অধিক পঢ়ক..(১) চাহপাতৰ ব্যৱসায়
ক্ষুদ্ৰ চাহ বাগিচা একোখন স্থাপন কৰিবলৈ সক্ষম নহ’লে প্ৰথম অৱস্থাত চাহপাতৰ সৰুকৈ ব্যৱসায় একোটা আৰম্ভ কৰিব পাৰি৷ এই ক্ষেত্ৰত প্ৰথমে সুচল ঠাইত দোকান একোখনৰে আৰম্ভ কৰিব পাৰি৷ তাৰোপৰি একোখন চাহ বাগান বা পিছলৈ গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ পৰা চাহপাত ক্ৰয় কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন চহৰ-নগৰত বিক্ৰী কৰিব পাৰি৷ ইতিমধ্যে এই ধৰণৰ চাহপাতৰ ব্যৱসায়ত বহু হেজাৰ ব্যক্তি জড়িত হৈ আছে। এই ব্যৱসায়ত আমাৰ থলুৱা যুৱক-যুৱতীয়েও আগবাঢ়িব পাৰে৷...
অধিক পঢ়ক..১৯৫৬ চনত যেতিয়া ৰাষ্ট্ৰীয়কৃত এলআইছিয়ে যাত্ৰা আৰম্ভ কৰিছিল, তেতিয়া কাৰ্য্যকৰী মূলধন হিচাপে কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছিল মাত্ৰ ৫ কোটি টকা। ইয়াৰ পিছত আৰু এক পইচাও আগবঢ়োৱা নাই।...
অধিক পঢ়ক..মাইক্ৰ' ফাইনেন্স বা ক্ষুদ্ৰ ঋণৰ ধাৰণা (concept) এতিয়া বহু চৰ্চিত বিষয় হৈ পৰিছে । এই ধাৰণাটো ভাৰতত ১৯৮৬-৮৭ চনত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক (NABARD)য়ে সূচনা কৰিছিল। সমান্তৰালভাবে কৰ্ণাটকৰ বেচৰকাৰী সংস্থা ময়ৰ্ডা (MYRADA)ই ব্যৱহাৰিকভাৱে ধাৰণাটোত গতি প্ৰদান কৰিছিল। ৯০ৰ দশকৰ পৰা এই ধাৰণাই পৰ্য্যায়ক্ৰমে এক প্ৰকাৰ অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰে। মাইক্ৰ' ফাইনেন্স বা মাইক্ৰ' ক্ৰেডিটৰ এই ধাৰণাটো আত্ম-সহায়ক গোটৰ লগত সম্পৰ্কিত বিষয় হিচাপে ৯০ দশকত গৰীৱ শ্ৰেণীৰ লোকৰ মাজতহে চৰ্চিত হৈছিল। কিন্তু সম্প্ৰতি ই বহুল চৰ্চিত বিষয় হৈ পৰিছে। বিশেষকৈ দুখীয়া মহিলাসকলৰ লগত সম্পৰ্কিত এই বিষয়টোৱে শেহতীয়াভাৱে ৰাজনৈতিক ক্ষেত্ৰখনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছে। মাইক্ৰ' ফাইনেন্সৰ বিষয়টোৱে ৰাজনৈতিকভাৱে সমস্যাৰ সৃষ্টি কৰিছে। সাধাৰণতে মাইক্ৰ' ফাইনেন্সৰ ধাৰণাটোৱে ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰি সমস্যাৰ সৃষ্টি কৰিব বুলি ভবা হোৱা নাছিল । কিন্তু অৱশেষত নভবা ঘটনাবোৰে ঘটিবলৈ লয়। অপ্ৰিয় হ'লেও ক'ব লাগিব যে ৰাজনৈতিক মুনাফা বা ক্ষমতা লাভৰ বাবে একাংশ ৰাজনৈতিক নেতাৰ পূৰ্ব পৰিকল্পিত উদেশ্য উন্মোচিত হৈছে। শেহতীয়াভাৱে ঋণ ৰেহাইৰ প্ৰসংগই এনে পৰ্য্যায় পালে গৈ যে কৰ্মোদ্যমী ঋণ গ্ৰহণকাৰী মহিলাসকলে ৰাজপথত আন্দোলন কৰাৰ হুংকাৰ দিবলৈও কুন্ঠাবোধ নকৰিলে। যিটো গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ পৰিপন্থী। তেনে ধৰণে এই সন্দৰ্ভত ৰাজনৈতিক নেতাবোৰে যি বোৰ মন্তব্য প্ৰদান কৰি সিদ্ধান্ত প্ৰকাশ কৰিলে সেয়াই মাইক্ৰ' ফাইনেন্সৰ ধাৰণাটো ৰাজনীতিকৰণৰ দিশটোকে উন্মোচিত কৰিলে। ইয়াৰ পৰা সচেতন লোক সকলৰ বুজিবলৈ বাকী নাথাকিল যে ৰাজনৈতিক ক্ষেত্ৰখনত দপদপাই থকা নেতাসকলৰ গ্ৰাম্য অৰ্থনীতিৰ ওপৰত জ্ঞানৰ গভীৰতা কিমান।...
অধিক পঢ়ক..লাহে লাহে অসমৰ বহুসংখ্যক সচেতন লোকে বুজি উঠিছে যে অসম এখন 'উৎপাদক ৰাজ্য' হ'লেহে স্বনিৰ্ভৰশীলভাৱে আমি জীয়াই থাকিব পাৰিম। ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলে নিজৰ ৰাজ্যখনক কেৱল 'উপভোক্তাৰ ৰাজ্য' হিচাপে পৰিচয় দি ভাল পোৱাৰ বিপৰীতে স্বাভিমানী অসমৰ যুৱশক্তিয়ে নিজৰ জন্মভূমিক এখন সমৃদ্ধিশালী, স্বনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ় দিবলৈ হাতে-কামে আগবাঢ়ি অহাটো শুভ লক্ষণ।...
অধিক পঢ়ক..যিদৰে ফে’চবুক আমাৰ বাবে এখন আভাসী মঞ্চ, যাৰ কায়িক অৱস্থিতি নাই, তেনেদৰে ক্ৰিপ্ট’কাৰেন্সি হ’ল এনে এক আভাষী মুদ্ৰা যাক আমি চুই চাব নোৱাৰো৷ কোনো দেশৰ চৰকাৰী মুদ্ৰা নোহোৱা স্বত্বেও মানুহৰ মাজত ই গ্ৰহণযোগ্য হৈ উঠিছে৷ শেহতীয়াভাৱে ক্ৰিপ্ট’কাৰেন্সিৰ জনপ্ৰিয়তা সমাজত বৃদ্ধি পোৱাটো যদি মন কৰিছে অথবা নিজেও আকৰ্ষণ অনুভৱ কৰিছে তেন্তে এই লেখাটোৰ ভিতৰত থকা তথ্যখিনি আপোনাৰ বাবেই৷...
অধিক পঢ়ক..