ল'ৰ্ড মেক'লেৰ কৌশল!
- নিজা প্ৰতিবেদক
- /
- August 7th, 2022

'মই ভাৰতবৰ্ষৰ দীঘে-পঠালিয়ে ঘূৰিছোঁ আৰু মই এজনো মানুহ দেখা নাই যি এজন ভিক্ষাৰী, যি এজন চোৰ। এইখন দেশত মই এনে সম্পদ দেখিছোঁ, এনে উচ্চ নৈতিক মূল্যবোধৰ মানুহ পাইছোঁ, এনে দক্ষ মানুহ পাইছোঁ যে মই নাভাবোঁ আমি কোনো দিনে এইখন দেশ জয় কৰিব পাৰিম, যদিহে আমি এইখন দেশৰ মেৰুদণ্ডডালেই নাভাঙো, যি দেশখনৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্য, আৰু সেয়েহে মই প্ৰস্তাৱ কৰোঁ যে আমি দেশখনৰ পুৰণি আৰু অতীতৰ শিক্ষা ব্যৱস্থাটো, দেশখনৰ সংস্কৃতি অপসাৰণ কৰোঁ, কিয়নো, যদি ভাৰতীয়সকলে ভাবে যে সকলো বিদেশী আৰু ইংৰাজ ভাল আৰু তেওঁলোকতকৈ উচ্চ খাপৰ, তেওঁলোকে নিজৰ আত্মসন্মান আৰু থলুৱা সংস্কৃতি হেৰুৱাব আৰু তেওঁলোক আমি যি বিচাৰিছোঁ সেইটো হ'ব, সঁচাকৈয়ে এখন আধিপত্যৰ অধীনৰ ৰাষ্ট্ৰ হ'ব।'
ল'ৰ্ড মেক'লে
ব্ৰিটিছ সংসদত দিয়া ভাষণ
২ ফেব্ৰুৱাৰী, ১৮৩৫ চন।।