বীৰেণ সিংহৰ অপূৰ্ব ভাস্কৰ্য্য
- নিজা প্ৰতিবেদক
- /
- March 20, 2022

(যোৱা সংখ্যাৰ পৰা)
যোৱা সংখ্যাৰ ভাস্কৰ্য্যসমূহৰ লগতে গুৱাহাটীৰ দীঘলীপুখুৰীপাৰৰ ‘যুদ্ধ স্মাৰক’ত স্থাপন কৰা আৰু কেইখনমান অনন্য আলোকচিত্ৰৰ লগত পাঠকক পৰিচয় কৰি দিবলৈ আকৌ এবাৰ প্ৰয়াস কৰা হৈছে।

অসমৰ প্ৰথম বৃটিছ-বিৰোধী প্ৰতিবাদ (১৮২৮-১৮৩০)

কাৰ্গিল যুদ্ধ (১৯৯৯)

ভাৰতীয় নৌসেনাৰ কৰাছীৰ ওপৰত আক্ৰমণ (১৯৭১)

ভাৰতীয় সেনাৰ ওচৰত পাকিস্তানৰ আত্মসমৰ্পণ (১৯৭১)

ভাৰত আৰু পাকিস্তান যুদ্ধ (১৯৬৫)

ভাৰত আৰু চীনৰ যুদ্ধ (১৯৬২)

চামধৰাৰ ৰণ

যুদ্ধক্ষেত্ৰত মুলাগাভৰু

ৰণুৱা কৱচ বা কৱচ কাপোৰ

বৃটিছৰ বিৰুদ্ধে সম্ভুডন ফুংল’ (১৯৮২)
সমাপ্ত