হাত বাগৰি অহা কিতাপবোৰ


Image Description

Second-hand books
are wild books,
homeless books;
that have come
together in vast flock
of variegated
feather and have
a charm which the
domesticated volumes
of the library lack.
Besides, in this
random miscellaneous
company we may rub
against some complete
stranger who
will, with luck, turn into
the best friend
we have in the world.

~ Virginia Woolf

হাত বাগৰি অহা কিতাপবোৰ মুক্ত
বনৰীয়া অঘৰী পখী, যি নানাৰঙী পাখি
মেলি জাকি মাৰি আহে। সিহঁতৰ আগত
পুথিভঁৰালৰ ধূসৰ শাৰীবোৰ যেন
সজাতে মৰহি যোৱা বন্দী চৰাই।
কেতিয়াবা এই বনৰীয়া চৰাইজাকৰ
মাজৰেই কোনোবা এজনী অচিন পখী
উৰি আহি পৰিব পাৰে আমাৰ মেজত
আৰু সাজিবহি পাৰে নিগাজি ঘৰ
আমাৰ মনত।

~ ভাৰ্জিনিয়া উল্ফ