বীৰেণ সিংহৰ অপূৰ্ব ভাস্কৰ্য্য
- নিজা প্ৰতিবেদক
- /
- March 13, 2022

গুৱাহাটী দীঘলীপুখুৰীৰ পাৰত স্থাপন কৰা ‘যুদ্ধ স্মাৰক’ত বীৰেণ সিংহৰ এলানি অপূৰ্ব ভাস্কৰ্য্য স্থাপন কৰা হৈছে। ইয়াৰে কিছুমান ইয়াত দাঙি ধৰা হৈছে। বীৰেণ সিহং অসমৰ শিল্পজগতত অতি পৰিচিত নাম। দেশৰ ভিতৰতে অন্যতম ভাস্কৰ হিচাবে বীৰেণ সিংহৰ সৃষ্টিসমূহ অসমৰ গৌৰৱৰ বিষয়। ভাস্কৰ্য্যসমূহৰ বিষয়ে বিশদভাৱে নিলিখি কেইখনমান আলোকচিত্ৰৰ লগত পাঠকক পৰিচয় কৰি দিবলৈ প্ৰয়াস কৰা হৈছে। উল্লেখযোগ্য যে দীঘলীপুখুৰীৰ পাৰতে স্থাপিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰৰ শ্ৰেষ্ঠ প্ৰতিমূৰ্ত্তিটো ভাস্কৰ বীৰেণ সিংহই সাজিছিল।

শৰাইঘাটৰ যুদ্ধ

১৮৯১ ইংৰাজ আৰু মণিপুৰৰ ৰণ

১৮৫৭ চনৰ অসমৰ চিপাহী বিদ্ৰোহ

১৯৪২ চনৰ অসমত ভাৰত ত্যাগ আন্দোলন

১৮৬১ চনৰ ফুলগুৰিৰ কৃষকৰ বিদ্ৰোহ

১৮৩৯ চনত বৃটিছ বাহিনীক খামটি জনগোষ্ঠীৰ আক্ৰমণ

১৮২৮-১৮৩২ চনত বৃটিছৰ বিৰুদ্ধে খাছীসকলৰ বিদ্ৰোহ

মহাৰাজ নৰনাৰায়ন (১৫৪০-১৫৮৪) আৰু চিলাৰায়

১৮৭৯ ইটাখুলিৰ ৰণ

মোমাইকটা গড়